Recent in Technology

নিতিবিদ্যা, ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, নৈতিক অৱধাৰণৰ বিষয়, পুৰুষাৰ্থ ৭/ - philosophy(B)

নিতিবিদ্যা, ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, নৈতিক অৱধাৰণৰ বিষয়, পুৰুষাৰ্থ ৭/ - philosophy(B)




আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিলো

এটা সময় আছিল যি সময়ত Notes বোৰে ছাত্ৰ-ছাত্ৰীসকলক অপকাৰ কৰে বুলি শিক্ষকঅভিভাৱক তথা শিক্ষিত সমাজে ঘৃণাৰ চকুৰে চাইছিল। ইয়াৰ কাৰণ হ'ল— ইংৰাজী বিষয়ৰ 10 নম্বৰৰ প্ৰশ্ন এটাৰ উত্তৰ Notes খনত লিখে 400 বা 500 টা শব্দত। 

আচলতে পৰীক্ষাৰ্থীসকলে পৰীক্ষা হলত মাত্র 17 মিনিট সময় পায় আৰু 70-90 টা শব্দহে লিখিব পাৰে। Notes-ৰ বাক্য অতি জটিল আৰু টান শব্দ ব্যৱহাৰ কৰে। ফলত সাধাৰণ ছাত্রছাত্ৰীয়ে বুজি নোলোৱাকৈ মুখস্থ কৰিবলৈ গৈ 400 শব্দত উত্তৰ লিখি আধা ভুল কৰে। আনহাতে সময়মতে প্রশ্নখন শেষ কৰিব নোৱাৰি 25/30/40/50 নম্বৰ পাবলৈ সমৰ্থ হয়।

আমি যেতিয়া প্রথম কলেজত ইংৰাজী বিভাগৰ শিক্ষকৰ চাকৰি কৰিবলৈ লওঁ, তেতিয়া। বজাৰৰ Notes-ৰ অৱস্থা দেখি ছাত্ৰ-ছাত্ৰীক নিজে Notes লিখি Type কৰি বিতৰণ কৰিছিলোঁ। দিল্লীত I.A.S-ৰ প্ৰস্তুতি চলাওতে পোৱা অভিজ্ঞতাৰ ভিত্তিত 10 নম্বৰৰ বাবে মাত্র 70 টা শব্দত To the point উত্তৰ লিখি 1986 চনত Model Questions & Answers ৰ গৃদ্ধি প্রথম ছপা কৰোঁ। 

দাম আছিল মাত্র 5 টকা। কিন্তু বজাৰত আন প্ৰকাশকৰ সেইখন Notes-ৰ দাম আছিল 35 টকা। আমাৰ To the point উত্তৰ, সহজ-সৰল ভাষা, দাম কম আদি কাৰণত আমাৰ Notes বোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক আলোড়নৰ সৃষ্টি হয়। 

বর্তমান HSC, TODA (Arts, Science & Commerce) অসমীয়া আৰু ইংৰাজী মাধ্যমৰ আটাইবোৰ বিষয়ৰ Model | Ques & Ans. মিলি 260 খন কিতাপ প্রকাশ হয়। মূলতঃ আমি এজন কলেজ শিক্ষক।। "দুখীয়া ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ কথা জানি অতি কম দামত পুথিবোৰ বিক্ৰী কৰা হয়

ছাত্ৰ-ছাত্ৰীক সহায় কৰা আমাৰ প্ৰধান উদ্দেশ্য। এই উদ্দেশ্য আগত ৰাখি পৃথিৰ মানদণ্ড ৰক্ষা কৰি কম দামত বিক্ৰী কৰা ব্যৱস্থা অব্যাহত ৰাখিম। আমাৰ পুথিৰ কিবা ভুল পালে ছাত্র-ছাত্রীয়ে আমাক লিখিতভাৱে জনালে অইন ছাত্ৰ-বন্ধুৰ উপকাৰ হ’ব

বিগত 30 বছৰৰ অভিজ্ঞতা আগত ৰাখি এইবাৰ নতুনকৈ HSLC ৰ বাবে Class- IX আৰু Class X-ৰ বেলেগ বেলেগ সকলো বিষয়ৰ [ (i) 10 Years HSLC Final Question Paper দাম | মাত্র 15 টকা (ii) 10 Years HSLC Final Question Papers & Its Ans. (with Model Question | prepared by SEBA) দাম 15 টকাৰ পৰা 30 টকাৰ ভিতৰত] পুথিসমূহ প্ৰকাশ কৰা হ'ল।

তদুপৰি অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) ই 2004 শিক্ষাবৰ্ষত নৱম শ্ৰেণীৰ পাঠ্যক্রম (Course) পৰিৱৰ্তন কৰে। SEBA ৰ শেহতীয়া নতুন পাঠ্যক্রম (Syllabus) অনুসৰি যুগুতোৱা নৱম আৰু দশম শ্ৰেণীৰ নতুন পুথিসমূহ প্ৰকাশ কৰা হ'ল— LAL EI DI কম দামত পুথিসমূহ বিক্ৰী কৰা আমাৰ প্ৰকাশনৰ বিশেষ বৈশিষ্ট্য। সেই বৈশিষ্ট্য অব্যাহত ৰখা হৈছে। 

আমি অসমৰ সমূহ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ সঁহাৰি পাম বুলি আশা কৰিলোঁ। ছাত্ৰ-ছাত্ৰীক উপকাৰ কৰা আৰু বৈদ্ধিক বিকাশেই আমাৰ লক্ষ্য। ছাত্র-ছাত্রীসকলে আমাৰ পৃথিৰ দ্বাৰা উপকৃত হ’লৈ আমাৰ চেষ্টা সফল হব।

Post a Comment

0 Comments

People

Ad Code